"ছেটিংবোৰ" "অধিক" "ডিছপ্লে’" "উজ্জ্বলতাৰ স্তৰ" "অভিযোজিত উজ্জ্বলতা" "স্ক্ৰীনৰ উজ্জ্বলতা আৰু সামগ্ৰিক অৱস্থা মিলাওক" "ৰাতিৰ লাইট অন হৈ আছে" "নৈশ ম\'ড" "নেটৱৰ্ক আৰু ইণ্টাৰনেট" "ম’বাইল নেটৱৰ্ক" %1$d খন ছিম %1$d খন ছিম "সক্রিয় / ছিম" "নিষ্ক্ৰিয় / ছিম" "সক্ৰিয় / ডাউনল’ড কৰা ছিম" "নিষ্ক্ৰিয় / ডাউনল’ড কৰা ছিম" "অধিক যোগ কৰক" "ম’বাইল ডেটা" "ম’বাইল নেটৱৰ্ক ব্যৱহাৰ কৰি ডেটা এক্সেছ কৰক" "ম’বাইল ডেটা অফ কৰিবনে?" "বাছনি কৰা প্ৰয়োজন" "ডেটাৰ বাবে %1$s ব্যৱহাৰ কৰিবনে?" "আপুনি ম’বাইল ডেটাৰ বাবে %2$s ব্যৱহাৰ কৰি আছে। যদি আপুনি ইয়াৰ সলনি %1$s ব্যৱহাৰ কৰে তেন্তে, ম’বাইল ডেটাৰ বাবে আৰু %2$s ব্যৱহাৰ কৰা নহ’ব।" "%1$s ব্যৱহাৰ কৰক" "ৰ’মিং" "ৰ’মিঙৰ সময়ত ডেটা সেৱাৰ সৈতে সংযোগ কৰক" "ডেটা ৰ’মিঙৰ অনুমতি দিবনে?" "ৰ’মিঙৰ মাচুলসমূহ প্ৰযোজ্য হ’ব পাৰে।" "ডেটা ব্যৱহাৰ" "মুখ্য ডেটা" "^1 ^2 ব্যৱহাৰ কৰা হৈছে" "ডেটাৰ ব্যৱহাৰ সম্পৰ্কীয় সকীয়নি ^1" "ডেটাৰ সীমা ^1" "ডেটাৰ ব্যৱহাৰ সম্পৰ্কীয় সকীয়নি ^1 / ডেটাৰ সীমা ^2" %d দিন বাকী আছে %d দিন বাকী আছে "সময় শেষ হ’ল" "১দিনতকৈও কম সময় বাকী আছে" "^1^2 আগত আপডে’ট কৰিছে" "^2 আগত আপডে’ট কৰা হৈছে" "^1এ এইমাত্ৰ আপডে’ট কৰিছে" "এইমাত্ৰ আপডে’ট কৰা হৈছে" "ডেটা আঁচনি চাওক" "এপৰ ডেটা ব্যৱহাৰ" "সীমিত" "ব্যৱহাৰ চক্ৰ ৰিছেট হোৱাৰ তাৰিখ" "প্ৰতি মাহৰ তাৰিখ:" "ছেট কৰক" "ডেটা ব্যৱহাৰৰ সকীয়নি আৰু সীমা" "এপে ব্যৱহাৰ কৰা ডেটাৰ চক্ৰ" "ডেটা ব্যৱহাৰৰ সকীয়নি ছেট কৰক" "ডেটা সকীয়নি" "ডেটাৰ সীমা ছেট কৰক" "ডেটাৰ সীমা" "ডেটাৰ ব্যৱহাৰ সীমিত কৰি থকা হৈছে" "আপুনি ছেট কৰা সীমাত উপনীত হোৱাৰ লগে লগে আপোনাৰ বাহনৰ হে’ড ইউনিটে ম’বাইল ডেটা অফ কৰি দিব।\n\nযিহেতু ডেটাৰ ব্যৱহাৰ আপোনাৰ হে’ড ইউনিটে গণনা কৰে যিটো আপোনাৰ বাহকৰ গণনাৰ সৈতে একে নহ’বও পাৰে, গতিকে এক ৰক্ষণশীল সীমা বন্ধাৰ কথা বিবেচনা কৰক।" "ডেটা ব্যৱহাৰৰ সতৰ্কবাণী ছেট কৰক" "ডেটা ব্যৱহাৰৰ সীমা ছেট কৰক" "ছেট কৰক" "OEM নেটৱৰ্ক" "%1$s ব্যৱহাৰ কৰা হৈছে %2$s - %3$s" "অন্য নেটৱৰ্কৰ সৈতে সংযোগ কৰক" "নেটৱৰ্কৰ অগ্ৰাধিকাৰ" "ৱাই-ফাই" "ৱাই-ফাই অন কৰি থকা হৈছে…" "ৱাই-ফাই অফ কৰি থকা হৈছে…" "ৱাই-ফাইৰ তালিকা ল’ড কৰি থকা হৈছে" "ৱাই-ফাই অক্ষম কৰা হ’ল" "নেটৱৰ্ক পাহৰিব পৰা নগ\'ল" "নেটৱৰ্কৰ সৈতে সংযোগ কৰিব পৰা নগ\'ল" "নেটৱৰ্ক যোগ কৰক" "সংযোগ কৰক" "সংযোগ কৰি থকা হৈছে…" "নেটৱৰ্ক সংযোগ সীমাৰ ভিতৰত নাই" "পাছৱৰ্ড" "পাছৱৰ্ড দেখুৱাওক" "অনুগ্ৰহ কৰি নেটৱৰ্কৰ এটা নাম দিয়ক" "নেটৱৰ্কৰ নাম" "SSID দিয়ক" "সুৰক্ষা" "ছিগনেলৰ ক্ষমতা" "স্থিতি" "লিংকৰ গতি" "ফ্ৰিকুৱেন্সী" "আইপি ঠিকনা" "পাছৱৰ্ড দেখুৱাওক" "নেটৱৰ্কৰ নাম দিয়ক" "পাছৱৰ্ড দিয়ক" "access_point_tag_key" "ক্ষীণ" "বেয়া" "ঠিকে আছে" "ভাল" "বৰ ভাল" "%1$d এমবিপিএছ" "২.৪ গিগাহাৰ্টজ" "৫ গিগাহাৰ্টজ" "নেটৱৰ্কৰ সবিশেষ" "MAC ঠিকনা" "IP ঠিকনা" "ছাবনেট মাস্ক" "DNS" "IPv6 ঠিকনা" "গে’টৱে’" "ৱাই-ফাইৰ অগ্ৰাধিকাৰ" "ৱাই-ফাই স্বয়ংক্ৰিয়ভাৱে অন কৰক" "আপোনাৰ ঘৰৰ নেটৱৰ্কৰ দৰে ছেভ কৰি থোৱা উচ্চ গুণগত মানৰ নেটৱৰ্কৰ ওচৰ পালে ৱাই-ফাই পুনৰ অন হ\'ব" "অৱস্থান সেৱা অফ কৰি থোৱা কাৰণে উপলব্ধ নহয়। ""অৱস্থান"" অন কৰক।" "ৱাই-ফাই স্কেনিঙৰ সুবিধাটো অন কৰিবনে?" "অন কৰক" "ৱাই-ফাই স্কেনিঙৰ সুবিধাটো অন কৰা আছে" "স্বয়ংক্ৰিয়ভাৱে ম’বাইল ডেটালৈ সলনি কৰক" "ৱাই-ফাইত ইণ্টাৰনেট নাথাকিলে ম’বাইল ডেটা ব্যৱহাৰ কৰক। ডেটাৰ খৰচ বহন কৰিবলগীয়া হ’ব পাৰে।" "অধিক জানক" "হটস্পটৰ নাম" "%1$s অন কৰি থকা হৈছে..." "%1$sৰ সৈতে অন্য ডিভাইচে সংযোগ কৰিব পাৰে" "হটস্পটৰ পাছৱৰ্ড" "সুৰক্ষা" "WPA2-ব্যক্তিগত" "নাই" "এপি বেণ্ড" "AP বেণ্ড বাছনি কৰক" "স্বয়ংক্ৰিয়" "২.৪ গিগাহাৰ্টজ বেণ্ড" "৫.০ গিগাহাৰ্টজ বেণ্ড" "৫.০ গিগাহাৰ্টজ বেণ্ডক অগ্ৰাধিকাৰ দিয়া হৈছে" "২.৪ গিগাহাৰ্টজ" "৫.০ গিগাহাৰ্টজ" "ৱাই-ফাই হটস্পটৰ বাবে কমেও এটা বেণ্ড বাছনি কৰক:" "হ’টস্পট আৰু টেডাৰিং" "হটস্পট" "স্বয়ংক্ৰিয়ভাৱে হটস্পট অফ কৰক" "যদি কোনো ডিভাইচ সংযোগ হৈ নাথাকে, তেন্তে ৱাই-ফাই হটস্পট অফ হ’ব" "%sএ ৱাই-ফাই অন কৰিব বিচাৰে" "%s এ ৱাই-ফাই অফ কৰিব বিচাৰিছে" "আসোঁৱাহ" "%1$sৰ সৈতে ব্যৱহাৰ কৰিবলগীয়া ডিভাইচ" "কোনো ডিভাইচ বিচাৰি পোৱা নগ’ল। ডিভাইচ যাতে অন হৈ থাকে আৰু সংযোগ কৰিব পৰাকৈ উপলব্ধ থাকে সেইয়া নিশ্চিত কৰক।" "আকৌ চেষ্টা কৰক" "কিবা এটা সমস্যা হৈছে। এপ্লিকেশ্বনটোৱে ডিভাইচ বাচনি কৰাৰ অনুৰোধ বাতিল কৰিলে।" "সংযোগ সফল হৈছে" "সকলো দেখুৱাওক" "অনুসন্ধান কৰি থকা হৈছে" "ব্লুটুথ" "নাম নথকা ডিভাইচ" "যোৰা লগোৱা ডিভাইচসমূহ" "নতুন ডিভাইচ যোৰা লগাওক" "যোৰা লগাবলৈ ব্লুটুথ অন হ’ব" "ডিভাইচৰ সংযোগ বিচ্ছিন্ন কৰিবনে?" "আপোনাৰ বাহনৰ সৈতে %1$sৰ সংযোগ বিচ্ছিন্ন হ’ব।" "বাহনৰ ব্লুটুথৰ ঠিকনা: %1$s" "ডিভাইচৰ ব্লুটুথৰ ঠিকনা: %1$s" "বাহনৰ নাম" "এই বাহনৰ নতুন নাম দিয়ক" "ডিভাইচৰ নতুন নাম দিয়ক" "নতুন নাম দিয়ক" "উপলব্ধ ডিভাইচসমূ্হ" "প্ৰ’ফাইল" "ব্লুটুথ অন কৰি থকা হৈছে…" "ব্লুটুথ অফ কৰি থকা হৈছে…" "%1$sএ ব্লুটুথ অন কৰিবলৈ বিচাৰিছে" "%1$sএ ব্লুটুথ অফ কৰিবলৈ বিচাৰিছে" "এটা এপে ব্লুটুথ অন কৰিবলৈ বিচাৰিছে" "এটা এপে ব্লুটুথ অফ কৰিবলৈ বিচাৰিছে" "%1$sএ আপোনাৰ হেডইউনিটটো %2$d ছেকেণ্ডৰ বাবে অন্য ব্লুটুথ ডিভাইচে বিচাৰি পাব পৰা কৰিবলৈ বিচাৰিছে।" "এটা এপে আপোনাৰ হেডইউনিটটো %1$d ছেকেণ্ডৰ বাবে অন্য ব্লুটুথ ডিভাইচে বিচাৰি পাব পৰা কৰিবলৈ বিচাৰিছে।" "%1$sএ ব্লুটুথ অন কৰি আপোনাৰ হেডইউনিটটো %2$d ছেকেণ্ডৰ বাবে অন্য ডিভাইচে বিচাৰি পাব পৰা কৰিবলৈ বিচাৰিছে।" "এটা এপে ব্লুটুথ অন কৰি আপোনাৰ হেডইউনিটটো %1$d ছেকেণ্ডৰ বাবে অন্য ডিভাইচে বিচাৰি পাব পৰা কৰিবলৈ বিচাৰিছে।" "অন্য ডিভাইচৰ বাবে %1$s হিচাপে দৃশ্যমান" "মোৰ ডিভাইচ" "আগতে সংযোগ কৰা" "%1$s সংযোগ কৰা হ’ল" "%1$sৰ সংযোগ বিচ্ছিন্ন কৰা হ’ল" "ব্লুটুথ যোৰা লগোৱাৰ অনুৰোধ" "যোৰা লগাওক আৰু সংযোগ কৰক" "ব্লুটুথ যোৰ লগোৱা ক’ড" "পিনত বৰ্ণ বা প্ৰতীকবোৰ থাকে" "যোৰা লগোৱা ক’ডটো টাইপ কৰক আৰু তাৰ পিছত ৰিটাৰ্ণ বা এণ্টাৰ কী হেঁচক" "%1$sৰ সৈতে যোৰা লগাবনে?" "%1$sক আপোনাৰ সম্পৰ্কসূচী আৰু কলৰ ইতিহাস চাবলৈ দিয়ক" "আপুনি এই পিনটো আনটো ডিভাইচত টাইপ কৰিবলগীয়াও হ’ব পাৰে৷" "আপুনি এই পাছকীটো আনটো ডিভাইচত টাইপ কৰিবলগীয়াও হ’ব পাৰে৷" "১৬টা অংকযুক্ত হ\'ব লাগিব" "সচৰাচৰতে ০০০০ বা ১২৩৪" "যোৰা লগোৱাৰ অনুৰোধ" "%1$sৰ লগত যোৰা লগাবলৈ টিপক" "ব্লুটুথ ডিভাইচ বাছনি কৰক" "ভাষা" "ভাষা আৰু ইনপুট" "প্ৰস্তাৱিত" "সকলো ভাষা" "কীব’ৰ্ড" "কীব’ৰ্ড পৰিচালনা কৰক" "পাঠৰ পৰা কথনৰ আউটপুট" "অগ্ৰাধিকাৰপ্ৰাপ্ত ইঞ্জিন" "বৰ্তমানৰ ইঞ্জিন" "কথা কোৱাৰ হাৰ" "পিচ্চ" "ৰিছেট কৰক" "ধ্বনি" "ৰিঙৰ ভলিউম" "নেভিগেশ্বনৰ ভলিউম" "ৰিংট’ন" "জাননী" "মিডিয়া" "সংগীত আৰু ভিডিঅ’সমূহৰ বাবে ভলিউম ছেট কৰক" "এলাৰ্ম" "ফ’নৰ ৰিংট’ন" "জাননীৰ ডিফ’ল্ট ধ্বনি" "এলাৰ্মৰ ডিফ’ল্ট ধ্বনি" "ছেভ কৰক" "সতৰ্কবাৰ্তাৰ ধ্বনি" "ৰিংট’ন, জাননী, এলাৰ্ম" "উজ্জ্বলতা" "কম পোহৰৰ বাবে স্ক্ৰীন মিলাওক" "এককসমূহ" "বেগ" "দূৰত্ব" "ইন্ধন খৰচৰ পৰিমাণ" "শক্তি খৰচৰ পৰিমাণ" "উষ্ণতা" "ভলিউম" "চাপ" "%1$s - %2$s" "%1$s/%2$s" "%1$d%2$s" "%1$d%2$s" "মিটাৰ/ছেকেণ্ড" "আৱর্তন/মিনিট" "হার্টজ" "প্ৰতিশততা" "মিলিমিটাৰ" "মিটাৰ" "কিল\'মিটাৰ" "মাইল" "চেলছিয়াছ" "ফাইৰেনহাইট" "কেলভিন" "মিলিলিটাৰ" "লিটাৰ" "গেলান" "ইমপাৰিয়েল গেলান" "নেন\'ছেকেণ্ড" "ছেকেণ্ড" "বছৰ" "কিল\'পাস্কেল" "ৱাট ঘণ্টা" "মিলিএম্পায়াৰ" "মিলিভল্ট" "মিলিৱাট" "এম্পায়াৰ ঘণ্টা" "কিল\'ৱাট ঘণ্টা" "পাউণ্ড/বর্গ ইঞ্চি" "মাইল/ঘণ্টা" "কিল\'মিটাৰ/ঘণ্টা" "বাৰ" "ডিগ্ৰী" "কিল\'ৱাট/এশ মাইল" "কিল\'ৱাট/এশ কিল\'মিটাৰ" "মাইল প্ৰতি গেলান (US)" "মাইল/গেলান (ইউকে)" "কিল\'মিটাৰ/লিটাৰ" "লিটাৰ/এশ কিল\'মিটাৰ" "এপ্ আৰু জাননী" "সকলো এপ্‌ দেখুৱাওক" "ডিফ’ল্ট এপ্" "এপৰ অনুমতি" "আপোনাৰ ডেটালৈ এপৰ এক্সেছ নিয়ন্ত্ৰণ কৰক" "এপ সম্পৰ্কীয় তথ্য" "বলেৰে ৰখাওক" "বলেৰে বন্ধ কৰিবনে?" "আপুনি কোনো এপ্‌ বলেৰে বন্ধ কৰিবলৈ চেষ্টা কৰিলে ই অস্বাভাৱিক আচৰণ কৰিব পাৰে।" "কাৰ্যদক্ষতাৰ সুৰক্ষা অফ কৰিবনে?" "যদি আপুনি কৰে, আপোনাৰ ছফ্টৱেৰ আৰু হাৰ্ডৱেৰেও কাম নকৰিব পাৰে।" "বাহিৰ হওক" "অফ কৰক" "অক্ষম কৰক" "সক্ষম কৰক" "আনইনষ্টল কৰক" "আপুনি যদি এই এপ্‌টো অক্ষম কৰে, তেন্তে Android আৰু অন্য এপ্‌সমূহে বিচৰাধৰণে আৰু কাম নকৰিব পাৰে।" "এপ্‌টো অক্ষম কৰক" "এই প্ৰ’ফাইলটোৰ বাবে ইনষ্টল কৰি থোৱা হোৱা নাই" "অনুমতি" "জাননী" "ষ্ট’ৰেজ আৰু কেশ্ব" "সৰ্বাধিক কাৰ্যদক্ষতা নিশ্চিত কৰক" "সংস্কৰণ: %1$s" "কোনো অনুমতি দিয়া হোৱা নাই" "অনুমতি বিচৰা হোৱা নাই" "অব্যৱহৃত এপ্‌" %d টা অব্যৱহৃত এপ্‌ %d টা অব্যৱহৃত এপ্‌ "অনুমতি আঁতৰাওক আৰু ঠাই খালী কৰক" "%s অভ্যন্তৰীণ ষ্ট’ৰেজত আছে" "সম্পদৰ অতিমাত্ৰা ব্যৱহাৰ হোৱাটো এৰাই চলিবলৈ আৱশ্যক হ’লে এপ্ বন্ধ কৰক" "ডেটাৰ ব্যৱহাৰ" "এপ্ ডেটাৰ ব্যৱহাৰ" "গণনা কৰি থকা হৈছে…" %dটা অতিৰিক্ত অনুমতি %dটা অতিৰিক্ত অনুমতি "টোকা: ৰিবুট কৰাৰ পিছত আপুনি নিজৰ বাহনখন আনলক নকৰালৈকে এই এপ্‌টো ষ্টাৰ্ট হ’ব নোৱাৰে।" "সহায় আৰু ধ্বনি ইনপুট" "সহায়ক এপ্" "স্ক্ৰীণৰ পৰা পাঠ ব্যৱহাৰ কৰক" "স্ক্ৰীণৰ সমলসমূহ পাঠ ৰূপে চাবলৈ সহায়ক এপক অনুমতি দিয়ক" "স্ক্ৰীণশ্বট ব্যৱহাৰ কৰক" "সহায়ক এপ্‌টোক স্ক্ৰীণৰ কোনো ছবি এক্সেছ কৰিবলৈ অনুমতি দিয়ক" "ধ্বনি ইনপুট" "স্বয়ংপূৰ্তি সেৱা" "নাই" "বাছনিকৃত" "এই সহায়কটোৱে আপোনাৰ ছিষ্টেমত ব্যৱহৃত হৈ থকা এপসমূহৰ বিষয়ে তথ্য পঢ়িব পাৰিব। সেই তথ্যসমূহৰ ভিতৰত আপোনাৰ স্ক্ৰীণত দেখা পোৱা বা এপে চাব পৰা তথ্যসমূহ অন্তৰ্ভুক্ত।" "<b>আপুনি এই এপটোক বিশ্বাস কৰাটো নিশ্চিত কৰক</b> <br/> <br/> <xliff:g id=app_name example=Google Autofill>%1$s</xliff:g>এ কি স্বয়ংপূৰ্তি কৰিব পাৰিব সেয়া আপোনাৰ স্ক্ৰীণত থকা সমল ব্যৱহাৰ কৰি নির্ধাৰণ কৰে।" "সেৱা যোগ কৰক" "লিংকসমূহ খুলি থকা হৈছে" "ইনষ্টল কৰা এপ্‌সমূহ" "সমৰ্থিত লিংকসমূহ নুখুলিব" "%s খোলক" "%s আৰু অন্য URLবোৰ খোলক" "ডিফ’ল্ট অনুযায়ী খোলক" "অন্য ডিফ’ল্টসমূহ" "কোনো ডিফ’ল্ট ছেট কৰা হোৱা নাই৷" "আপুনি কিছুমান কাৰ্যৰ কাৰণে এই এপক ডিফ’ল্টভাৱে লঞ্চ কৰাৰ বিকল্প বাছি লৈছে।" "ডিফল্টবিলাক মচক" "সমৰ্থিত লিংকসমূহ খোলক" "এইটো এপত খোলক" "প্ৰতিবাৰতে সোধক" "এইটো এপত নুখুলিব" "সমৰ্থিত লিংকসমূহ" "এপ্‌" "শেহতীয়াকৈ খোলা" "%1$d টা এপৰ আটাইবোৰ চাওক" "অনুমতি পৰিচালক" "আপোনাৰ ডেটালৈ এপৰ এক্সেছ নিয়ন্ত্ৰণ কৰক" "Assistant আৰু বহুতো এপৰ বাবে" "ছিষ্টেম আৰু অন্য ছেটিঙলৈ" "বিশেষ এপ্ এক্সেছ" "ছিষ্টেম দেখুৱাওক" "ছিষ্টেম লুকুৱাওক" "ছিষ্টেম এপ্‌ লুকুৱাওক" "ছিষ্টেমৰ ছেটিংসমূহ সংশোধন কৰক" "এই অনুমতিটোৱে কোনো এপক ছিষ্টেম ছেটিংসমূহ সংশোধন কৰিবলৈ অনুমতি দিয়ে।" "জাননীৰ এক্সেছ" "%1$sক জাননী এক্সেছ কৰাৰ অনুমতি দিবনে?" "%1$sএ সকলো জাননী আৰু ব্যক্তিগত তথ্য যেনে সম্পৰ্কৰ নাম আৰু আপুনি লাভ কৰা পাঠ বাৰ্তা পঢ়িবলৈ সক্ষম হ’ব। ই জাননী প্ৰত্যাখ্যান কৰিব পাৰিব বা সেইবিলাকত থকা ক্ৰিয়া সম্পৰ্কীয় বুটামৰ দ্বাৰা কৰিবলগীয়া কাৰ্যসমূহৰ সূচনা কৰিব পাৰিব। \n\nই এপ্‌টোক অসুবিধা নিদিব অন বা অফ কৰাৰ লগতে তাৰ লগত জড়িত ছেটিংসমূহ সলনি কৰাৰ ক্ষমতা দিব।" "আপুনি যদি %1$sক জাননী এক্সেছ কৰাৰ অনুমতি নিদিয়ে, তেন্তে অসুবিধা নিদিব-ৰ এক্সেছো অফ হ’ব পাৰে।" "অফ কৰক" "বাতিল কৰক" "প্ৰিমিয়াম এছএমএছৰ এক্সেছ" "প্ৰিমিয়াম এছএমএছৰ কাৰণে আপুনি খৰচ বহন কৰিবলগীয়া হ’ব পাৰে যাৰ বাবে বাহকে আপোনালৈ পঠিওৱা বিলত দেয়ৰ পৰিমাণ বাঢ়িব পাৰে। আপুনি যদি কোনো এপক অনুমতি দিয়ে, তেন্তে আপুনি সেই এপটো ব্যৱহাৰ কৰি প্ৰিমিয়াম এছএমএছ পঠাব পাৰিব।" "ব্যৱহাৰৰ এক্সেছ" "ব্যৱহাৰৰ এক্সেছ সুবিধাই এটা এপক আপুনি আন কি এপ্ ব্যৱহাৰ কৰে আৰু সেইবোৰ কিমান সঘনাই ব্যৱহাৰ কৰে, লগতে আপোনাৰ বাহক, ভাষাৰ ছেটিংসমূহ আৰু অন্যান্য সবিশেষ ট্ৰেক কৰিবলৈ অনুমতি দিয়ে।" "ৱাই-ফাই নিয়ন্ত্ৰণ" "ৱাই-ফাই নিয়ন্ত্ৰণ সুবিধাই এটা এপক ৱাই-ফাই অন বা অফ কৰিবলৈ, স্কেন কৰিবলৈ আৰু ৱাই-ফাই নেটৱৰ্কৰ সৈতে সংযোগ কৰিবলৈ আৰু বা নেটৱৰ্ক আঁতৰাবলৈ, বা স্থানীয়-মাত্ৰ হটস্পট আৰম্ভ কৰিবলৈ অনুমতি দিয়ে।" "অধিক" "অৱস্থান" "শেহতীয়া অৱস্থানৰ অনুৰোধ" "শেহতীয়াকৈ কোনো এপে অৱস্থানৰ অনুৰোধ প্ৰেৰণ কৰা নাই" "এপ্‌-স্তৰৰ অনুমতি" "অৱস্থান সেৱা" "অৱস্থান ব্যৱহাৰ কৰক" "অৱস্থান সেৱাই আপোনাৰ ডিভাইচৰ অৱস্থান অনুমান কৰাত সহায় কৰিবলৈ জিপিএছ, ৱাই-ফাই, ম’বাইল নেটৱৰ্ক আৰু ছেন্সৰৰ দৰে উৎসসমূহ ব্যৱহাৰ কৰিব পাৰে।" "ছিষ্টেম" "ছিষ্টেম আপডে’ট" "উচ্চখাপৰ" "এই বিষয়ে, আইন সংক্ৰান্তীয় তথ্য, ৰিছেট আৰু বহুতো" "Android সংস্কৰণ" "Android সুৰক্ষা পেচ্চ স্তৰ" "মডেল আৰু হাৰ্ডৱেৰ" "মডেল: %1$s" "বেইছবেণ্ডৰ সংস্কৰণ" "কাৰ্ণেলৰ সংস্কৰণ" "বিল্ড নম্বৰ" "ব্লুটুথৰ ঠিকনা" "উপলব্ধ নহয়" "স্থিতি" "স্থিতি" "বেটাৰিৰ অৱস্থা, নেটৱৰ্ক আৰু অন্যান্য তথ্য" "ফ\'ন নম্বৰ, বেতাঁৰ সংকেত ইত্যাদি" "ইয়াৰ বিষয়ে" "Android %1$s" "আইনী তথ্য, স্থিতি, ছফটৱেৰৰ সংস্কৰণ চাওক" "আইনী তথ্য" "অৱদানকাৰীসকল" "মেনুএল" "নিয়মৰ লেবেলবোৰ" "সুৰক্ষা আৰু নিময় সম্পৰ্কীয় মেনুৱেল" "স্ৱত্ৱাধিকাৰ" "অনুজ্ঞাপত্ৰ" "নিয়ম আৰু চৰ্তাৱলী" "ছিষ্টেম ৱেবভিউ অনুজ্ঞাপত্ৰ" "ৱালপেপাৰ" "উপগ্ৰহ ছবি যোগানকাৰী:\n©2014 CNES / Astrium, DigitalGlobe, Bluesky" "ম\'ডেল" "ক্ৰমিক নম্বৰ" "হাৰ্ডৱেৰৰ সংস্কৰণ" "তৃতীয় পক্ষৰ অনুজ্ঞাপত্ৰ" "অনুজ্ঞাপত্ৰসমূহ ল\'ড কৰাত সমস্যা।" "ল’ড হৈ আছে…" আপুনি এতিয়া এজন বিকাশকৰ্তা হোৱাৰ পৰা %1$dটা পদক্ষেপ দূৰত। আপুনি এতিয়া এজন বিকাশকৰ্তা হোৱাৰ পৰা %1$dটা পদক্ষেপ দূৰত। "আপুনি এতিয়া এজন বিকাশকৰ্তা!" "কোনো প্ৰয়োজন নাই, আপুনি ইতিমধ্যে এজন বিকাশকৰ্তা।" "বিকাশকৰ্তাৰ বিকল্পসমূহ" "বিকল্পসমূহ ৰিছেট কৰক" "নেটৱৰ্ক, এপসমূহ বা ডিভাইচৰ ৰিছেট সম্পৰ্কীয় বিকল্প" "নেটৱৰ্ক ৰিছেট কৰক" "এই কাৰ্যই সকলো নেটৱৰ্কৰ ছেটিংসমূহ ৰিছেট কৰিব, য’ত অন্তৰ্ভুক্ত আছে:"
  • "ৱাই-ফাই"
  • "ম’বাইল ডেটা"
  • "ব্লুটুথ"
  • "বাহনৰ সকলো eSIMs মচক" "এইটোৱে আপোনাৰ সেৱাৰ আঁচনি বাতিল নকৰে।" "eSIMs ৰিছেট কৰিব নোৱাৰি" "নেটৱৰ্ক বাছনি কৰক" "ছেটিংসমূহ ৰিছেট কৰক" "ৰিছেট কৰিবনে?" "সকলো নেটৱৰ্কৰ ছেটিংসমূহ ৰিছেট কৰিবনে? আপুনি এই কাৰ্যটো আনডু কৰিব নোৱাৰিব!" "ছেটিংসমূহ ৰিছেট কৰক" "নেটৱৰ্কৰ ছেটিংসমূহ ৰিছেট কৰা হৈছে" "এপৰ অগ্ৰাধিকাৰসমূহ ৰিছেট কৰক" "ইয়ে:\n\n"
  • "অক্ষম কৰি থোৱা এপ্"
  • \n
  • "অক্ষম কৰি থোৱা এপ্ জাননী"
  • \n
  • "কাৰ্যৰ ডিফ’ল্ট এপ্লিকেশ্বন"
  • \n
  • "এপৰ নেপথ্য ডেটা সীমাবদ্ধকৰণ"
  • \n
  • "যিকোনো অনুমতিৰ সীমাবদ্ধকৰণ"
  • "ৰ অগ্ৰাধিকাৰসমূহ ৰিছেট কৰিব\n\nআপুনি কোনো এপৰ ডেটা নেহেৰুৱায়।"
    "এপসমূহ ৰিছেট কৰক" "এপৰ অগ্ৰাধিকাৰসমূহ ৰিছেট কৰা হৈছে" "সকলো ডেটা মচক (ফেক্টৰী ৰিছেট)" "ইনফ’টেইনমেণ্ট ছিষ্টেমটোৰ পৰা আটাইবোৰ ডেটা আৰু প্ৰ’ফাইল মচক" "এই কাৰ্যই আপোনাৰ বাহনখনৰ ইনফ’টেইনমেণ্ট ছিষ্টেমটোত থকা আটাইবোৰ ডেটা মচিব, য’ত এয়া অন্তৰ্ভুক্ত:\n\n"
  • "আপোনাৰ Google একাউণ্ট"
  • \n
  • "ছিষ্টেম আৰু এপৰ ডেটা আৰু ছেটিং"
  • \n
  • "ডাউনল’ড কৰা এপ্‌"
  • "আপুনি বৰ্তমানে এই একাউণ্টসমূহত ছাইন ইন হৈ আছে:" "এই বাহনখনৰ বাবে অন্য প্ৰ\'ফাইলসমূহ ছেট আপ কৰা হৈছে।" "আটাইবোৰ ডেটা মচক" "আটাইবোৰ ডেটা মচিবনে?" "এই কাৰ্যই এই ইনফ’টেইনমেণ্ট ছিষ্টেমটোত থকা আপোনাৰ আটাইবোৰ ব্যক্তিগত প্ৰ’ফাইল ডেটা, একাউণ্ট আৰু ডাউনল’ড কৰা এপ্‌ মচিব।\n\nআপুনি এই কাৰ্যটো আনডু কৰিব নোৱাৰে।" "সকলো মচক" "মচি থকা হৈছে" "অনুগ্রহ কৰি অপেক্ষা কৰক…" "তাৰিখ আৰু সময়" "তাৰিখ, সময়, সময় মণ্ডল আৰু ফৰমেটসমূহ ছেট কৰক" "স্বয়ংক্ৰিয়ভাৱে সময় ছেট কৰক" "স্বয়ংক্ৰিয়ভাৱে সময় মণ্ডল ছেট কৰক" "২৪ ঘণ্টীয়া ফৰমেট" "২৪ ঘণ্টীয়া ফৰমেট ব্যৱহাৰ কৰক" "সময়" "সময় ছেট কৰক" "সময় মণ্ডল" "সময় মণ্ডল বাছনি কৰক" "তাৰিখ" "তাৰিখ ছেট কৰক" "বৰ্ণ অনুসৰি ক্ৰমত সজাওক" "সময় মণ্ডল অনুসৰি সজাওক" "তাৰিখ" "সময়" "প্ৰশাসক" "প্ৰশাসক হিচাপে ছাইন ইন হৈ আছে" "প্ৰশাসকীয় অনুমতি প্ৰদান কৰিবনে?" "প্ৰশাসকৰ দায়িত্ব দিয়ক" "প্ৰশাসকগৰাকীয়ে অন্য প্ৰশাসকৰ প্ৰ\'ফাইলকে ধৰি অন্য প্ৰ’ফাইলসমূহ মচিব পাৰিব আৰু ইনফ’টেইনমেণ্ট ছিষ্টেমটোৰ ফেক্টৰী ৰিছেট কৰিব পাৰিব।" "এই কাৰ্যটো ওলোটাব নোৱাৰি।" "হয়, প্ৰশাসকৰ দায়িত্ব দিয়ক" "নতুন প্ৰ’ফাইল সৃষ্টি কৰক" "ফ\'ন কল কৰক" "গাড়ীৰ ম’বাইল ডেটাৰ জৰিয়তে বার্তালাপ" "নতুন এপ্ ইনষ্টল কৰক" "এপসমূহ আনইনষ্টল কৰক" "প্ৰ’ফাইল যোগ দিয়ক" "নতুন প্ৰ’ফাইল" "নতুন প্ৰ’ফাইল যোগ দিবনে?" "আপুনি এটা নতুন প্ৰ\'ফাইল সৃষ্টি কৰাৰ পাছত, সেই ব্যক্তিগৰাকীয়ে এইটোক নিজৰ বাবে কাষ্টমাইজ কৰিব লাগে।" "অন্য আটাইবোৰ প্ৰ\'ফাইলে ব্যৱহাৰ কৰিবলৈ যিকোনো প্ৰ\'ফাইলৰ পৰা এপ্‌ আপডে’ট কৰিব পৰা যায়।" "প্ৰ’ফাইলৰ সীমাত উপনীত হৈছে" আপুনি %d টা পৰ্যন্ত প্ৰ’ফাইল সৃষ্টি কৰিব পাৰে। আপুনি %d টা পৰ্যন্ত প্ৰ’ফাইল সৃষ্টি কৰিব পাৰে। "নতুন প্ৰ\'ফাইল সৃষ্টি কৰিব পৰা নগ’ল" "এই প্ৰ’ফাইলটো মচিবনে?" "এই প্ৰ’ফাইলটোৰ আটাইবোৰ এপ্‌ আৰু ডেটা মচা হ’ব" "প্ৰ\'ফাইল মচিব পৰা নগ’ল।" "আপুনি প্ৰ’ফাইল সলনি কৰিলে অথবা গাড়ীখন ৰিষ্টাৰ্ট কৰিলে এই প্ৰ’ফাইলটো মচা হ’ব।" "অগ্ৰাহ্য কৰক" "পুনৰায় চেষ্টা কৰক" "অন্তিম একমাত্ৰ প্ৰ’ফাইলটো মচিবনে?" "যদি আপুনি এই বাহনখনৰ বাকী থকা একমাত্ৰ প্ৰ’ফাইলটো মচে তেন্তে প্ৰ’ফাইলটোৰ সৈতে জড়িত আটাইবোৰ ডেটা, ছেটিং আৰু এপ্‌ মচা হ’ব।" "ৰিছেট কৰাৰ পাছত আপুনি এটা নতুন প্ৰ’ফাইল ছেট আপ কৰিব পাৰে।" "নতুন প্ৰশাসক বাছনি কৰক" "আপোনাক অতি কমেও এজন প্ৰশাসক দৰকাৰ। এইজনক মচিবলৈ হ’লে প্ৰথমে আপুনি এজন বিকল্প প্ৰশাসক নিৰ্বাচন কৰিব লাগিব।" "প্ৰশাসক বাছনি কৰক" "অতিথি" "অতিথি" "ছুইচ্চ" "আপুনি (%1$s)" "নাম" "ছেট আপ কৰা হোৱা নাই" "প্ৰ’ফাইলৰ নাম সম্পাদনা কৰক" "খালী ঠাই পূৰ নকৰাকৈ এৰিব নোৱাৰি।" "দিয়া প্ৰ’ফাইলৰ নামটো মান্য নহয়।" "ব্যৱহাৰকাৰীসকল" "প্ৰ’ফাইল" "%1$sক অনুমতি প্ৰদান কৰা হ’ল" "ষ্ট’ৰেজ" "সংগীত আৰু ধ্বনি" "অন্যান্য এপ্‌" "Files" "ছিষ্টেম" "ছিষ্টেমত Android সংস্কৰণ %s চলাবলৈ ব্যৱহাৰ কৰা ফাইল অন্তৰ্ভুক্ত হৈ আছে" "অডিঅ’ ফাইলসমূহ" "গণনা কৰি থকা হৈছে…" "এপৰ আকাৰ" "প্ৰ’ফাইলৰ ডেটা" "কেশ্ব" "মুঠ" "ষ্ট’ৰেজ মচক" "কেশ্ব মচক" "এপ্ ডেটা মচিবনে?" "এই এপ্‌টোৰ সকলো ডেটা স্থায়ীভাৱে মচা হ’ব। সেই ডেটাসমূহৰ ভিতৰত সকলো ফাইল, ছেটিংসমূহ, একাউণ্টবোৰ, ডেটাবেছসমূহ আদি অন্তৰ্ভুক্ত থাকে।" "এপৰ ষ্ট’ৰেজ মচিব পৰা নগ’ল।" "%1$sক সুৰক্ষিতভাৱে গুচোৱা হ’ল" "%1$sক সুৰক্ষিতভাৱে গুচাব পৰা নগ’ল" "একাউণ্টসমূহ" "একাউণ্ট যোগ কৰক" "কোনো একাউণ্ট যোগ কৰা হোৱা নাই" "%1$sৰ একাউণ্ট" "ডেটা স্বয়ংক্ৰিয়ভাৱে ছিংক কৰক" "এপক স্বয়ংক্ৰিয়ভাৱে ডেটা ৰিফ্ৰে’শ্ব কৰিবলৈ দিয়ক" "ডেটা স্বয়ং-ছিংক অন কৰিবনে?" "আপুনি ৱেবৰ যোগেৰে আপোনাৰ একাউণ্টটোত কৰা যিকোনো সালসলনি স্বয়ংক্ৰিয়ভাৱে আপোনাৰ ফ’নত প্ৰতিফলিত হ’ব।\n\nকিছুমান একাউণ্টে আপুনি ফ’নত কৰা সালসলনিসমূহো স্বয়ংক্ৰিয়ভাৱে ৱেবলৈ প্ৰতিলিপি কৰিব পাৰে। এটা Google একাউণ্টে এই ধৰণে কাম কৰে।" "ডেটা স্বয়ং-ছিংক অফ কৰিবনে?" "ইয়ে ডেটা ৰাহি কৰিব, কিন্তু আপুনি শেহতীয়া তথ্য পাবলৈ নিজে নিজে প্ৰতিটো একাউণ্ট ছিংক কৰিব লাগিব। আৰু আপডে’ট আহিলে আপুনি তাৰ জাননী নাপাব।" "একাউণ্টৰ তথ্য়" "একাউণ্ট যোগ কৰক" "একাউণ্ট যোগ কৰক" "সীমিত প্ৰ\'ফাইলসমূহে একাউণ্ট যোগ কৰিব নোৱাৰে" "একাউণ্ট আঁতৰাওক" "একাউণ্ট আঁতৰাবনে?" "এই একাউণ্টটো আঁতৰালে ডিভাইচৰ পৰা ইয়াৰ সকলো বাৰ্তা, সম্পৰ্কসূচী আৰু অন্য ডেটা মচা হ\'ব!" "একাউণ্ট আঁতৰাব পৰা নগ’ল।" "একাউণ্ট ছিংক" "%2$dটা আইটেমৰ %1$dটাৰ বাবে ছিংক অন হৈ আছে" "সকলো বস্তুৰ বাবে ছিংক অন হৈ আছে" "সকলো বস্তুৰ বাবে ছিংক অফ হৈ আছে" "ছিংক অফ কৰা আছে" "ছিংকৰ আসোঁৱাহ" "অন্তিমবাৰ ছিংক কৰাৰ সময় %1$s" "এতিয়া ছিংক কৰি থকা হৈছে…" "এতিয়াই ছিংক কৰিবলৈ টিপক %1$s" "এতিয়া ছিংক কৰক" "ছিংক বাতিল কৰক" "ছিংকে সমস্যাৰ সন্মুখীন হৈছে। ই অলপ পিছতে ঠিক হ’ব।" "গোপনীয়তা" "ইনফ’টেইনমেণ্ট ছিষ্টেমৰ ডেটা" "আপোনাৰ অৱস্থানলৈ এপৰ এক্সেছ নিয়ন্ত্ৰণ কৰক" "মাইক্ৰ’ফ’ন" "মাইক্ৰ’ফ’নলৈ এপৰ এক্সেছ নিয়ন্ত্ৰণ কৰক" "ইনফ’টেইনমেণ্ট ছিষ্টেমৰ ডেটা" "এই গাড়ীখনত ছেভ কৰি থোৱা কাৰ্যকলাপ আৰু তথ্য পৰিচালনা কৰক" "আপোনাৰ প্ৰ’ফাইলটো মচক" "ইনফ’টেইনমেণ্ট ছিষ্টেমটোৰ পৰা আপোনাৰ প্ৰ’ফাইল আৰু একাউণ্ট মচক" "আপোনাৰ প্ৰ’ফাইলত এই কাৰ্যটো উপলব্ধ নহয়" "সুৰক্ষা" "স্ক্ৰীণ লক" "নাই" "আৰ্হি" "পিন" "পাছৱৰ্ড" "কোনো লকৰ প্ৰকাৰ বাছক" "স্ক্ৰীণ লকৰ বিকল্প" "আপোনাৰ আৰ্হি দিয়ক" "নিশ্চিত কৰক" "আকৌ আঁকক" "অব্যাহত ৰাখক" "পুনৰ চেষ্টা কৰক" "এৰি যাওক" "স্ক্ৰীণ ছেট কৰক" "আপোনাৰ পিন বাছনি কৰক" "আপোনাৰ পাছৱৰ্ড বাছনি কৰক" "বৰ্তমান ব্যৱহাৰ হৈ থকা স্ক্ৰীণ লক" "সুৰক্ষাৰ বাবে কোনো আৰ্হি ছেট কৰক" "মচক" "বাতিল কৰক" "আপোনাৰ নতুন আনলক আৰ্হি" "লক খোলাৰ আৰ্হি আঁকক" "আৰ্হি অঁকা কাৰ্য হ\'লে আঙুলিটো উঠাওক" "আৰ্হি ৰেক\'ৰ্ড কৰা হ’ল" "নিশ্চিত কৰিবলৈ আৰ্হিটো আকৌ আঁকক" "কমেও ৪টা বিন্দু লগ লগাই আকৌ চেষ্টা কৰক।" "ভুল আৰ্হি" "লক খোলাৰ আৰ্হি অঁকা উপায়" "আৰ্হি ছেভ কৰোঁতে আঁসোৱাহ" "বহুসংখ্যক ভুল প্ৰয়াস। %d ছেকেণ্ডত পুনৰ চেষ্টা কৰক।" "ঠিক আছে" "স্ক্ৰীণ লক আঁতৰাবনে?" "এই কাৰ্যই সকলোকে আপোনাৰ একাউণ্টৰ এক্সেছ দিব" "প্ৰ’ফাইল লক" "স্বয়ংক্ৰিয়ভাৱে আনলক কৰাৰ সুবিধা ছেট আপ কৰক" "আপোনাৰ পিন দিয়ক" "আপোনাৰ পাছৱৰ্ড দিয়ক" "সুৰক্ষাৰ বাবে কোনো পিন ছেট কৰক" "আপোনাৰ পিনটো আকৌ দিয়ক" "পিনটোত কমেও ৪টা অংক থাকিব লাগিব" "অমান্য় পিন, কমেও ৪টা সংখ্য়া হ\'ব লাগিব।" "পিনবিলাক মিলা নাই" "পিন ছেভ কৰোঁতে আঁসোৱাহ" "ভুল পিন" "ভুল পাছৱৰ্ড" "সুৰক্ষাৰ বাবে কোনো পাছৱৰ্ড ছেট কৰক" "আপোনাৰ পাছৱৰ্ডটো আকৌ দিয়ক" "পাছৱৰ্ড মিলা নাই" "মচক" "বাতিল কৰক" "নিশ্চিত কৰক" "অতি কমেও ৪টা বর্ণ থাকিব লাগিব" "অতি কমেও %dটা বৰ্ণ থাকিব লাগিব" "পিনটোত অতি কমেও %dটা অংক থাকিব লাগিব" "%dতকৈ কম সংখ্যক বৰ্ণ থাকিব লাগিব" "%dতকৈ কম সংখ্যক অংকৰ হ\'ব লাগিব" "কেৱল ০-৯ৰ ভিতৰৰ অংকহে থাকিব লাগিব।" "ডিভাইচৰ প্ৰশাসকে শেহতীয়া পিন ব্যৱহাৰ কৰিব নিদিয়ে" "আপোনাৰ আইটি প্ৰশাসকে উমৈহতীয়া পিনসমূহ অৱৰোধ কৰিছে। অন্য এটা পিন ব্যৱহাৰ কৰি চাওক।" "ইয়াত অমান্য় বৰ্ণ থাকিব নোৱাৰে।" "অমান্য পাছৱর্ড, অতি কমেও ৪টা বর্ণ থাকিব লাগিব।" অতি কমেও %d টা বৰ্ণ থাকিব লাগিব অতি কমেও %d বৰ্ণ থাকিব লাগিব অতি কমেও %dটা সৰুফলাৰ বৰ্ণ থাকিব লাগিব অতি কমেও %dটা সৰুফলাৰ বৰ্ণ থাকিব লাগিব অতি কমেও %dটা বৰফলাৰ বৰ্ণ থাকিব লাগিব অতি কমেও %dটা বৰফলাৰ বৰ্ণ থাকিব লাগিব কমেও %dটা অংক থাকিব লাগিব কমেও %dটা অংক থাকিব লাগিব অতি কমেও %dটা বিশেষ চিহ্ন থাকিব লাগিব অতি কমেও %dটা বিশেষ চিহ্ন থাকিব লাগিব অতি কমেও %dটা সংখ্যা বা প্ৰতীক থাকিব লাগিব অতি কমেও %dটা সংখ্যা বা প্ৰতীক থাকিব লাগিব "ডিভাইচৰ প্ৰশাসকে শেহতীয়া পাছৱৰ্ড ব্যৱহাৰ কৰিব নিদিয়ে" "পাছৱৰ্ড ছেভ কৰোঁতে আঁসোৱাহ" "আপোনাৰ আইটি প্ৰশাসকে উমৈহতীয়া পাছৱৰ্ডসমূহ অৱৰোধ কৰিছে। অন্য এটা পাছৱৰ্ড ব্যৱহাৰ কৰি চাওক।" "সংখ্যাবোৰৰ ঊৰ্ধ্বগামী, অধোগামী বা পুনৰাবৃত্তি ক্ৰমক অনুমতি দিয়া নহয়।" "স্ক্ৰীণ লক সম্পৰ্কীয় বিকল্প" "%1$s\n%2$s : %3$s দিন আগত" "ক্ৰেডেনশ্বিয়েল মচক" "সকলো প্ৰমাণপত্ৰ আঁতৰাওক" "সকলো সমল আঁতৰাবনে?" "ক্ৰেডেনশ্বিয়েল ষ্ট’ৰেজ মচা হ’ল।" "ক্ৰেডেনশ্বিয়েল ষ্ট’ৰেজ মচিব পৰা নগ’ল।" "পাহৰক" "সংযোগ কৰক" "সংযোগ বিচ্ছিন্ন কৰক" "মচক" "আঁতৰাওক" "বাতিল কৰক" "অনুমতি দিয়ক" "অস্বীকাৰ কৰক" "Backspace কী" "Enter কী" "ডেম\'ৰ পৰা বাহিৰ হওক" "ডেম\' ম\'ডৰ পৰা বাহিৰ হওক" "এই কাৰ্যই ডেম’ একাউণ্টটো মচিব আৰু ছিষ্টেমটোৰ ফেক্টৰী ডেটা ৰিছেট কৰিব। প্ৰ’ফাইলৰ আটাইবোৰ ডেটা হেৰাব।" "ডেম\'ৰ পৰা বাহিৰ হওক" "অগ্ৰাহ্য কৰক" "গাড়ী চলাই থকা সময়ত এই সুবিধাটো উপলব্ধ নহয়" "গাড়ী চলাই থকাৰ সময়ত প্ৰ’ফাইল যোগ দিব নোৱাৰি" "Search" "Assistant আৰু কণ্ঠধ্বনি" "ডিজিটেল সহায়ক এপ্‌" "স্ক্ৰীনৰ পৰা পাঠ ব্যৱহাৰ কৰক" "Assistantক স্ক্ৰীনৰ সমল এক্সেছ কৰিবলৈ দিয়ক" "স্ক্ৰীনশ্বট ব্যৱহাৰ কৰক" "Assistantক স্ক্ৰীনৰ প্ৰতিচ্ছবি এক্সেছ কৰিবলৈ দিয়ক" "অলপতে পঠিওৱা" "আটাইবোৰ এপ্‌" "প্ৰ’ফাইল আৰু একাউণ্ট" "অন্য প্ৰ’ফাইল পৰিচালনা কৰক" "এটা প্ৰ’ফাইল যোগ দিয়ক" "এই প্ৰ’ফাইলটো মচক" "প্ৰ’ফাইল যোগ দিয়ক" "এই ছেটিংটো এই মুহূৰ্তত সলনি কৰিব নোৱাৰি"