"প্ৰমাণপত্ৰ ইনষ্টলাৰ" "এখন প্ৰমাণপত্ৰ বাছনি কৰক" "প্ৰমাণপত্ৰ উলিয়াওক" "উলিয়াই থকা হৈছে…" "%sৰ পৰা উলিয়াওক" "এই প্ৰমাণপত্ৰখনৰ এটা নাম দিয়ক" "প্ৰমাণপত্ৰৰ নাম" "প্ৰমাণপত্ৰসমূহ উলিয়াবৰ বাবে পাছৱৰ্ডটো লিখক।" "পেকেজত এইবোৰ বস্তু আছে:" "PKCS12 কীষ্ট’ৰৰ প্ৰমাণপত্ৰবোৰ৷" "এটা ব্যৱহাৰকাৰীৰ কী" "কলনবিধি:" "এজন ব্যৱহাৰকাৰী থকা প্ৰমাণপত্ৰ" "এখন চিএ প্ৰমাণপত্ৰ" "%d চিএ প্ৰমাণপত্ৰবোৰ" "শুদ্ধ পাছৱৰ্ডটো লিখক।" "পাছৱৰ্ডটো লিখক।" "এটা নাম লিখক।" "কেৱল আখৰ আৰু সংখ্যা থকা এটা নামহে লিখক৷" "প্ৰমাণপত্ৰ ছেভ কৰিব পৰা নগ\'ল৷ ক্ৰেডেনশ্বিয়েল সঞ্চয়াগাৰ সক্ষম হোৱা নাই বা সঠিকভাৱে আৰম্ভ কৰা হোৱা নাই।" "প্ৰমাণপত্ৰ ইনষ্টল কৰা হোৱা নাই।" "ইনষ্টল কৰিবলৈ কোনো প্ৰমাণপত্ৰ নাই।" "এই প্ৰমাণপত্ৰখন মান্য নহয়।" "প্ৰমাণপত্ৰ ইনষ্টল কৰিবলৈ নিজা চাবি আৱশ্য়ক" "নিজা চাবি ইনষ্টল কৰিবলৈ প্ৰমাণপত্ৰ আৱশ্য়ক" "এটা প্ৰমাণপত্ৰৰ প্ৰকাৰ বাছনি কৰক" "CA প্ৰমাণপত্ৰসমূহ ছেটিংসমূহত ইনষ্টল কৰক" "%1$sৰ পৰা পোৱা এই প্ৰমাণপত্ৰখন ছেটিংসমূহতে ইনষ্টল কৰিবই লাগিব। কেৱল আপুনি বিশ্বাস কৰা প্ৰতিষ্ঠানসমূহৰ পৰাহে CA প্ৰমাণপত্ৰসমূহ ইনষ্টল কৰক।" "বন্ধ কৰক" "এই ফাইলটো ব্যৱহাৰ কৰিব নোৱাৰি" "বন্ধ কৰক" "এই ফাইলটো %1$s হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি" "প্ৰমাণপত্ৰ" "চিএ প্ৰমাণপত্ৰ" "ভিপিএন আৰু এপ্‌ ব্যৱহাৰকাৰীৰ প্ৰমাণপত্ৰ" "ৱাই-ফাই প্ৰমাণপত্ৰ" "CA প্ৰমাণপত্ৰ ইনষ্টল কৰা হৈছে" "ব্যৱহাৰকাৰীৰ প্ৰমাণপত্ৰ ইনষ্টল কৰা হৈছে" "ৱাই-ফাই প্ৰমাণপত্ৰ ইনষ্টল কৰা হৈছে" "প্ৰমাণপত্ৰৰ আকাৰ অতি বৃহৎ হোৱাৰ বাবে ইনষ্টল কৰিব পৰা নগ\'ল।" "প্ৰমাণপত্ৰ ফাইল নোপোৱাৰ বাবে ইনষ্টল কৰিব পৰা নগ\'ল।" "প্ৰমাণপত্ৰ ফাইল পঢ়িব নোৱাৰাৰ বাবে ইনষ্টল কৰিব পৰা নগ\'ল।" "সাময়িক বিফলতা। অনুগ্ৰহ কৰি পাছত আকৌ চেষ্টা কৰক।" "এই ডিভাইচৰ গৰাকীয়েহে প্ৰমাণপত্ৰসমূহ ইনষ্টল কৰিব পাৰে৷" "প্ৰমাণপত্ৰৰ ব্যৱহাৰ:" "ভিপিএন আৰু এপসমূহ" "ৱাই-ফাই" "টোকা: এই প্ৰমাণপত্ৰ প্ৰদানকাৰীয়ে এই ডিভাইচটোৰ পৰা যোৱা আৰু ডিভাইচটোলৈ অহা সকলো ট্ৰেফিক পৰ্যবেক্ষণ কৰিব পাৰে।" "ৱাই- ফাই প্ৰ\'ফাইল" "%sৰ সবিশেষ" "সবিশেষ" "ইনষ্টল কৰক" "ইনষ্টল কৰি থকা হৈছে" "বাতিল কৰক" "অগ্ৰাহ্য কৰক" "একো নাই" "নাম: %1$s\nFQDN: %2$s\nৰ\'মিঙৰ বাণিজ্যিক গোটসমূহ: %3$s\nৰাষ্ট্ৰ: %4$s\nসত্যাপন পদ্ধতি: EAP-%5$s\n" "ব্য়ৱহাৰকাৰীৰ নাম: %s\n" "ক্লায়েণ্টৰ প্ৰমাণপত্ৰ:\n%1$s\nকী: %2$s\n" "ছিম: %s\n" "প্ৰমাণপত্ৰখনক বিশ্বাস কৰক:\n%s\n" "ক্ৰেডেনশ্বিয়েলসমূহ ইনষ্টল কৰা হ’ল" "%1$sৰ ক্ৰেডেনশ্বিয়েলসমূহ ৱাই-ফাইয়ে ছেভ কৰা নেটৱৰ্কসমূহত যোগ দিয়া হ’ল।" "সম্পন্ন কৰা হ’ল" "%1$sৰ যোগেৰে উপলব্ধ নেটৱর্কসমূহৰ সৈতে সংযোগ কৰিবলৈ ৱাই-ফাইৰ ক্ৰেডেনশ্বিয়েলসমূহ ইনষ্টল কৰক।" "ডাউনল’ড কৰা ফাইলটোত সমস্য়া আছে আৰু ইয়াক ইনষ্টল কৰিব নোৱাৰি। আপুনি সঠিক উৎসৰ পৰা ফাইলটো ডাউনল’ড কৰিছিলনে সুনিশ্চিত কৰক।" "ৱাই-ফাইৰ ক্ৰেডেনশ্বিয়েলসমূহ ইনষ্টল কৰিব নোৱাৰি। ফাইলটো আকৌ ডাউনল’ড কৰিবলৈ চেষ্টা কৰক।" "ইনষ্টলেশ্বন বাতিল কৰা হ’ল" "ইনষ্টল কৰিব নোৱাৰি" "ৱাই-ফাই অন কৰি আকৌ চেষ্টা কৰক।"