"কামৰ প্ৰ\'ফাইল ছেটআপ কৰক" "ওঁহ!" "কৰ্মস্থানৰ প্ৰ’ফাইল ছেট আপ কৰক" "আপোনাৰ সংস্থাই এই প্ৰ\'ফাইলটো নিয়ন্ত্ৰণ কৰে আৰু সুৰক্ষিত কৰি ৰাখে। আপুনি আপোনাৰ ডিভাইচত ইয়াৰ বাহিৰে অন্যবিলাক নিয়ন্ত্ৰণ কৰিব পাৰে।" "আপোনাৰ সংস্থাই এই ডিভাইচটো নিয়ন্ত্ৰণ কৰিব আৰু সুৰক্ষিত কৰি ৰাখিব।" "নিম্নোক্ত এপটোৱে এই প্ৰ\'ফাইলটোলৈ যোৱাৰ প্ৰয়োজন:" "এই এপটোৱে আপোনাৰ ডিভাইচটো পৰিচালনা কৰিব:" "পৰৱৰ্তী" "আপোনাৰ কৰ্মস্থানৰ প্ৰ\'ফাইল ছেট আপ কৰি থকা হৈছে…" "আপোনাৰ আইটি প্ৰশাসকে ছেটিং, ক’ৰ্পৰেট এক্সেছ, এপ্‌, অনুমতি, ডেটা আৰু এই প্ৰ’ফাইলটোৰ সৈতে জড়িত নেটৱৰ্কৰ কাৰ্যকলাপ তথা আপোনাৰ কলৰ ইতিহাস আৰু সম্পৰ্ক সন্ধানৰ ইতিহাস পৰ্যবেক্ষণ আৰু পৰিচালনা কৰিব পাৰে। আপোনাৰ প্ৰতিষ্ঠানৰ গোপনীয়তা নীতিসমূহৰ বিষয়ে অধিক জানিবলৈ আৰু অধিক তথ্যৰ বাবে আপোনাৰ আইটি প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।" "আপোনাৰ আইটি প্ৰশাসকে ছেটিং, কৰ্প’ৰেট আৰু এপ্‌, অনুমতি আৰু আপোনাৰ নেটৱৰ্কৰ কাৰ্যকলাপ, আপোনাৰ ডিভাইচৰ অৱস্থান, কলৰ ইতিহাস আৰু সম্পৰ্ক সন্ধানৰ ইতিহাসকে সামৰি এই %1$sৰ লগত জড়িত ডেটা পৰ্যবেক্ষণ আৰু পৰিচালনা কৰিব পাৰে। আপোনাৰ প্ৰতিষ্ঠানৰ গোপনীয়তাৰ নীতিকে ধৰি অধিক তথ্যৰ বাবে আপোনাৰ আইটি প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।" "চুৰি প্ৰতিৰোধী সুৰক্ষা সুবিধা ব্যৱহাৰ কৰিবৰ বাবে আপোনাৰ ডিভাইচত পাছৱৰ্ডেৰে সুৰক্ষিত এটা স্ক্ৰীন ল\'ক থাকিবই লাগিব।" "আপোনাৰ প্ৰতিষ্ঠানৰ গোপনীয়তা নীতিসমূহকে ধৰি অধিক তথ্যৰ বাবে আপোনাৰ আইটি প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।" "অধিক জানক" "বাতিল কৰক" "ঠিক আছে" "মই সন্মতি দিছোঁ" "এই লিংকটো দেখুওৱাব পৰা নাযায়।" "ওপৰলৈ যাওক" "চৰ্তসমূহ" "কৰ্মস্থানৰ প্ৰ’ফাইলৰ বিষয়ে তথ্য" "পৰিচালিত ডিভাইচৰ তথ্য" "কৰ্মস্থানৰ প্ৰ\'ফাইল" "আগৰে পৰা থকা প্ৰ\'ফাইলটো মচিবনে?" "আপোনাৰ ইতিমধ্যে এটা কৰ্মস্থানৰ প্ৰ\'ফাইল আছে। সেইটোক তলত উল্লেখ কৰা এপটোৱে পৰিচালনা কৰে:" "আৰম্ভ কৰাৰ আগতে, ""এয়া পঢ়ক""।" "আপুনি এই কার্য অব্যাহত ৰাখিলে এই প্ৰ\'ফাইলৰ আটাইবোৰ এপ্ আৰু ডেটা মচা হ\'ব।" "মচক" "বাতিল কৰক" "আপোনাৰ কৰ্মস্থানৰ প্ৰ’ফাইলটো ছেট আপ কৰিবলৈ আপোনাৰ %1$sটো এনক্ৰিপ্ট কৰিব লাগিব। ইয়াৰ বাবে কিছু সময় লাগিব পাৰে।" "এই %1$sটো ছেট আপ কৰিবলৈ প্ৰথমে এইটো এনক্ৰিপ্ট কৰিব লাগিব। ইয়াৰ বাবে কিছু সময় লাগিব পাৰে।" "এই ডিভাইচটো এনক্ৰিপ্ট কৰিবনে?" "এনক্ৰিপ্ট কৰক" "এনক্ৰিপশ্বন সম্পূৰ্ণ হ’ল" "আপোনাৰ কৰ্মস্থানৰ প্ৰ\'ফাইলৰ ছেটিং কাৰ্য অব্যাহত ৰাখিবলৈ ইয়াত টিপক" "কৰ্মস্থানৰ প্ৰ\'ফাইল ছেটআপ কৰিব পৰা নগ\'ল। আপোনাৰ আইটি বিভাগৰ সৈতে যোগাযোগ কৰক বা পাছত পুনৰ চেষ্টা কৰক।" "কৰ্মস্থানৰ প্ৰ\'ফাইল যোগ কৰিব নোৱাৰি" "কৰ্মস্থানৰ প্ৰ\'ফাইল আঁতৰাব বা সলনি কৰিব নোৱাৰি" "এই %1$sটোত কোনো কৰ্মস্থানৰ প্ৰ’ফাইল যোগ দিব নোৱাৰি। আপোনাৰ কিবা প্ৰশ্ন থাকিলে আপোনাৰ আইটি প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।" "ডিভাইচ লঞ্চাৰ সলনি কৰক" "আপোনাৰ কৰ্মস্থানৰ প্ৰ\'ফাইলে এই লঞ্চাৰ এপ্‌টো ব্যৱহাৰ কৰিব নোৱাৰে" "বাতিল কৰক" "ঠিক আছে" "ব্যৱহাৰকাৰীৰ ছেট আপ কার্য সম্পূর্ণ নহ\'ল" "কৰ্মস্থানৰ ডিভাইচৰ ব্যৱহাৰকাৰী" "কৰ্মস্থানৰ ডিভাইচ ছেট আপ কৰি থকা হৈছে…" "এই %1$sটোৱে এনক্ৰিপ্ট কৰাৰ অনুমতি নিদিয়ে, যিটো ছেটআপৰ বাবে প্ৰয়োজনীয়। সহায়ৰ বাবে আপোনাৰ আইটি প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।" "%1$s ছেটআপ কৰাটো বন্ধ কৰিবনে আৰু ৰিছেট কৰিবনে?" "এই কাৰ্যই আপোনাৰ %1$sটো ৰিছেট কৰিব আৰু আপোনাক প্ৰথম স্ক্ৰীনখনলৈ উভতাই লৈ যাব" "ছেট আপ কার্য বন্ধ কৰেনে আৰু আপোনাৰ ডিভাইচটোৰ ডেটা মচেনে?" "বাতিল কৰক" "ঠিক আছে" "ৰিছেট কৰক" "প্ৰ\'ফাইল ছেট আপ কৰিব নোৱাৰি" "ডিভাইচ ছেট আপ কৰিব নোৱাৰি" "কিবা ভুল হ’ল" "ডিভাইচ ছেট আপ কৰিব পৰা নগ’ল। সহায়ৰ বাবে আপোনাৰ আইটি প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।" "সহায়ৰ বাবে আপোনাৰ আইটি প্ৰশাসকৰ সৈতে যোগাযোগ কৰক" "এই %1$sটো ৰিছেট কৰক আৰু এইটো ছেট আপ কৰিবলৈ পুনৰ চেষ্টা কৰক" "%1$s ইতিমধ্যে ছেট আপ কৰা হৈছে" "ৱাই-ফাইৰ লগত সংযোগ কৰিব পৰা নগ’ল" "আপোনাৰ %1$sটোত ৰিছেট সুৰক্ষা সুবিধা অন হৈ আছে। সহায়ৰ বাবে আপোনাৰ আইটি প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।" "মচি থকা হৈছে" "অনুগ্রহ কৰি অপেক্ষা কৰক..." "চেকছাম আসোঁৱাহৰ বাবে প্ৰশাসক এপ্‌টো ব্যৱহাৰ কৰিব পৰা নগ’ল। সহায়ৰ বাবে আপোনাৰ প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।" "প্ৰশাসক এপ্‌টো ডাউনল’ড কৰিব পৰা নগ’ল" "প্ৰশাসক এপ্‌টো ব্যৱহাৰ কৰিব নোৱাৰি। এপ্‌টোত থাকিবলগীয়া কোনো উপাদান নাই বা ই ব্যৱহাৰযোগ্য হৈ থকা নাই। সহায়ৰ বাবে আপোনাৰ আইটি প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।" "প্ৰশাসক এপ্‌টো ইনষ্টল কৰিব পৰা নগ’ল" "ছেট আপ কার্য বন্ধ কৰিবনে?" "নহয়" "হয়" "বাতিল কৰি থকা হৈছে…" "প্ৰ\'ফাইল ছেট আপ কার্য বন্ধ কৰিবনে?" "আপুনি পাছত আপোনাৰ প্ৰতিষ্ঠানৰ ডিভাইচ পৰিচালনা এপত আপোনাৰ কৰ্মস্থানৰ প্ৰ\'ফাইল ছেট আপ কৰিব পাৰিব" "অব্যাহত ৰাখক" "বন্ধ কৰক" "অগ্ৰাহ্য কৰক" "আপুনি এটা কৰ্মস্থানৰ প্ৰ\'ফাইল সৃষ্টি কৰিবলৈ লৈছে যাক আপোনাৰ প্ৰতিষ্ঠানে পৰিচালনা কৰাৰ লগতে পৰ্যবেক্ষণও কৰিব। চৰ্ত প্ৰযোজ্য হ\'ব।" "আপুনি এটা কৰ্মস্থানৰ প্ৰ\'ফাইল সৃষ্টি কৰিবলৈ লৈছে যাক আপোনাৰ প্ৰতিষ্ঠানে পৰিচালনা কৰাৰ লগতে পৰ্যবেক্ষণও কৰিব। %1$sৰ চৰ্ত প্ৰযোজ্য হ\'ব।" "আপোনাৰ কৰ্মস্থান সম্পৰ্কীয় এপসমূহৰ বাবে এটা প্ৰ\'ফাইল সৃষ্টি কৰা হ\'ব। আপোনাৰ প্ৰতিষ্ঠানে এই প্ৰ\'ফাইলটো আৰু বাকী ডিভাইচটো পৰিচালনা কৰাৰ লগতে পৰ্যবেক্ষণও কৰিব। চৰ্ত প্ৰযোজ্য হ\'ব।" "আপোনাৰ কৰ্মস্থান সম্পৰ্কীয় এপসমূহৰ বাবে এটা প্ৰ\'ফাইল সৃষ্টি কৰা হ\'ব। আপোনাৰ প্ৰতিষ্ঠানে এই প্ৰ\'ফাইল আৰু বাকী ডিভাইচৰ প্ৰ\'ফাইল পৰিচালনা কৰাৰ লগতে পৰ্যবেক্ষণও কৰিব। %1$sৰ চৰ্ত প্ৰযোজ্য হ\'ব।" "%1$sএ এই ডিভাইচটো পৰিচালনা কৰিব, পৰ্যবেক্ষণ কৰিব আৰু সুৰক্ষিত কৰি ৰাখিব। চৰ্ত প্ৰযোজ্য হ\'ব। %2$s" "%1$sএ এই ডিভাইচটো পৰিচালনা কৰিব, পৰ্যবেক্ষণ কৰিব আৰু সুৰক্ষিত কৰি ৰাখিব। %2$sৰ চৰ্তাৱলী প্ৰযোজ্য হ\'ব। %3$s" "এই লিংকটো সুৰক্ষিত নহয় আৰু ইয়াক ডিভাইচটোৰ ছেট আপ সম্পূৰ্ণ নোহোৱালৈকে খুলিব পৰা নাযাব: %1$s" "অধিক জানিবলৈ আপোনাৰ %1$sৰ সৈতে যোগাযোগ কৰক।" "যদি আপোনাৰ প্ৰশ্ন আছে, তেনেহলে নিজৰ আইটি প্ৰশাসকৰ সৈতে যোগাযোগ কৰক" "ছেট আপ সম্পূৰ্ণ হোৱা নাই। সহায়ৰ বাবে আপোনাৰ আইটি প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।" "সহায়ৰ বাবে আপোনাৰ আইটি প্ৰশাসকৰ সৈতে যোগাযোগ কৰক" "আইটি প্ৰশাসক" "%1$sএ এই ডিভাইচটো তলত উল্লেখ কৰা এপ্‌টো ব্যৱহাৰ কৰি পৰিচালনা আৰু পৰ্যবেক্ষণ কৰিব:" "আপোনাৰ প্ৰতিষ্ঠান" "আপোনাৰ প্ৰতিষ্ঠান" "চৰ্তসমূহ চাওক" "গ্ৰহণ কৰি অব্যাহত ৰাখক" "উভতি যাওক" "আপোনাৰ ডিভাইচটো ছেট আপ কৰক" "আপুনি কেনেকৈ কাম কৰে তাক সলনি কৰক" "আপোনাৰ কর্ম আৰু ব্যক্তিগত জীৱন সুকীয়া কৰি ৰাখক" "কৰ্মস্থানৰ এপবোৰৰ বাবে একেখন ঠাই" "আপোনাৰ কাম সম্পন্ন হ\'লে অফ কৰক" "প্ৰ\'ভিজনিং" "চিএ প্ৰমাণপত্ৰসমূহ ছেট আপ কৰি থকা হৈছে" "আপোনাৰ প্ৰ\'ফাইল ছেট আপ কৰক" "কৰ্মস্থানৰ প্ৰ\'ফাইল ব্যৱহাৰ কৰি আপুনি কৰ্মস্থান সম্পৰ্কীয় ডেটা আৰু ব্যক্তিগত ডেটাক সুকীয়াকৈ ৰাখিব পাৰে" "কৰ্মস্থানৰ প্ৰ\'ফাইল ব্যৱহাৰ কৰি আপুনি কৰ্মস্থান সম্পৰ্কীয় এপবোৰক একেঠাইতে ৰাখিব পাৰে" "আপোনাৰ ডিভাইচৰ ছেট আপ প্ৰক্ৰিয়া। এনক্ৰিপশ্বন" "আপোনাৰ প্ৰ\'ফাইলৰ ছেট আপ প্ৰক্ৰিয়া। অগ্ৰগতি দেখুওৱা হৈছে" "আপোনাৰ %1$s ছেট আপ কৰক" "আপোনাৰ %1$s ছেট আপ কৰক। এনক্ৰিপশ্বন" "আপোনাৰ %1$s ছেট আপ কৰক। অগ্ৰগতি দেখুৱাই থকা হৈছে" "অধিক জানক বুটাম" "%1$s আইকন" "%1$s খণ্ডৰ শিৰোনাম।" "%1$s খণ্ডৰ সমল: %2$s" "বিস্তাৰ কৰক" "সংকুচিত কৰক" "লিংকৰ তালিকা এখন পাওক" "মেনু খোলাৰ লিংকবোৰ" "স্ক্ৰিণ খোলাৰ শব্দ…" "চৰ্তসমূহ পঢ়ক" "তালিকা বন্ধ কৰক" "ছেট আপ আৰু ফেক্টৰী ৰিছেট কার্য বন্ধ কৰিবনে?" "ছেট আপ কৰা কার্য শেষ কৰিলে আপোনাৰ ডিভাইচটো ফেক্টৰী ৰিছেট কৰা হ\'ব আৰু আপোনাক প্ৰথম স্ক্ৰীনখনলৈ লৈ যোৱা হ\'ব।" "বাতিল কৰক" "ডিভাইচটো ৰিছেট কৰক" "%1$s আৰু %2$s" "%1$s, আৰু %2$s" "%1$s, %2$s" "%1$s, %2$s" "এই কামত কেইবামিনিটও সময় লাগিব পাৰে" "আপোনাৰ কৰ্মস্থানৰ এপ্‌সমূহ এই প্ৰ\'ফাইলত ৰখা হ\'ব আপোনাৰ প্ৰতিষ্ঠানে ইয়াক পৰিচালনা কৰিব" "আপোনাৰ প্ৰতিষ্ঠানে এই ডিভাইচটো পৰিচালনা কৰিব আৰু সুৰক্ষিত কৰি ৰাখিব।" "কৰ্মস্থানৰ ডিভাইচ ছেট আপ কৰিবলৈ প্ৰস্তুত কৰা হৈছে…" "প্ৰশাসক এপ্ ছেট আপ কৰি থকা হৈছে" "এইটো আপোনাৰ প্ৰতিষ্ঠানৰ ডিভাইচ" "এই ফ’নটো পৰিচালনা আৰি নিৰীক্ষণ কৰিবলৈ তলৰ এপ্‌টো ব্যৱহাৰ কৰা হ’ব" "আপোনাৰ একাউণ্টটো পৰিচালনা কৰা হয়" "সুৰক্ষা নীতিসমূহ বলৱৎ কৰিবলৈ আপোনাৰ আইটি প্ৰশাসকে ম’বাইলৰ পৰিচালনা ব্যৱহাৰ কৰে" "কৰ্মস্থানৰ বাবে ছেট আপ কৰিবলৈ সাজু কৰি থকা হৈছে…" "প্ৰথমে আমি আপোনাৰ কৰ্মস্থানৰ প্ৰ’ফাইলটো ছেট আপ কৰোঁ আহক" "আপোনাৰ কৰ্মস্থানৰ প্ৰ’ফাইলত থকা কৰ্মস্থানৰ এপ্‌সমূহ" "আপোনাৰ কাম সম্পন্ন হ’লে কৰ্মস্থানৰ এপ্‌সমূহ পজ কৰক" "আপোনাৰ আইটি প্ৰশাসকে আপোনাৰ কৰ্মস্থানৰ প্ৰ’ফাইলত থকা ডেটা দেখা পাব" "আপোনাৰ কৰ্মস্থানৰ প্ৰ’ফাইল ছেট আপ কৰি থকা হৈছে…" "কৰ্মস্থানৰ এপ্‌সমূহ আপোনাৰ কৰ্মস্থানৰ প্ৰ’ফাইলত ৰখা হয়। আপোনাৰ দিনটোৰ কামখিনি শেষ হ’লে কৰ্মস্থানৰ এপ্‌সমূহ পজ কৰিব পাৰে। আপোনাৰ আইটি প্ৰশাসকে আপোনাৰ কৰ্মস্থানৰ প্ৰ’ফাইলত থকা ডেটা দেখা পাব।" "আপোনাৰ কৰ্মস্থানৰ ডিভাইচটো ছেট আপ কৰোঁ আহক" "আপোনাৰ কৰ্মস্থানৰ এপ্‌সমূহ নিজৰ হাতৰ মুঠিত ৰাখক" "এই %1$sটো ব্যক্তিগত নহয়" "আপোনাৰ আইটি প্ৰশাসকে হয়তো এই %1$sটোত আপোনাৰ ডেটা আৰু কাৰ্যকলাপ চাব পাৰিব।" "আপোনাৰ কাৰ্যকলাপ আৰু ডেটা" "এপৰ অনুমতি" "আপোনাৰ আইটি প্ৰশাসকে এই %1$sটোত এপৰ বাবে মাইক্ৰ’ফ’ন, কেমেৰা আৰু অৱস্থানৰ অনুমতিৰ দৰে অনুমতিসমূহ ছেট কৰিব পাৰে।" "আপোনাৰ ডিভাইচটো ছেট আপ কৰি থকা হৈছে…" "আপোনাৰ কৰ্মস্থানৰ এপ্‌সমূহ সহজে এক্সেছ কৰিবলৈ এই %1$sটো ব্যৱহাৰ কৰক। এই %1$sটো ব্যক্তিগত নহয়, সেয়ে আপোনাৰ আইটি প্ৰশাসকে হয়তো আপোনাৰ ডেটা আৰু কাৰ্যকলাপ চাব পাৰিব।" "আপোনাৰ কৰ্মস্থানৰ এপ্‌সমূহ সহজে এক্সেছ কৰিবলৈ এই %1$sটো ব্যৱহাৰ কৰক। এই %1$sটো ব্যক্তিগত নহয়, সেয়ে আপোনাৰ আইটি প্ৰশাসকে হয়তো আপোনাৰ কাৰ্যকলাপ আৰু ডেটা চাব পাৰিব। আপোনাৰ আইটি প্ৰশাসকে এই ডিভাইচটোত এপৰ বাবে মাইক্ৰ’ফ’ন, কেমেৰা আৰু অৱস্থানৰ অনুমতিৰ দৰে অনুমতিসমূহো ছেট কৰিব পাৰে।" "এই ডিভাইচটো আপোনাৰ আইটি প্ৰশাসকক উভতাই দিয়ক" "পূৰ্বৱৰ্তী স্ক্ৰীনখনলৈ উভতি যাওক অথবা এই ডিভাইচটো ৰিছেট কৰক আৰু এইটো আপোনাৰ আইটি প্ৰশাসকক উভতাই দিয়ক।" "ছেটআপ বাতিল কৰক" "ৰিছেট কৰক আৰু ডিভাইচটো উভতাই দিয়ক" "ডিভাইচ ছেট আপ কৰিব নোৱাৰি" "এই ডিভাইচটো সম্পূৰ্ণৰূপে পৰিচালিত ম’ডত পঞ্জীয়ন কৰিব নোৱাৰি। আপোনাৰ ডিভাইচটো ফেক্টৰী ৰিছেট কৰক আৰু আপোনাৰ আইটি প্ৰশাসকৰ সৈতে যোগাযোগ কৰক।" "ফেক্টৰী ৰিছেট কৰক" "আইটি প্ৰশাসক পৰিচালিত ৱৰ্ক এপ্‌ আপোনাৰ ৱৰ্ক প্ৰ\'ফাইলত ৰখা হয়" "ব্যক্তিগত এপ্‌বোৰ পৃথক আৰু কৰ্মস্থানৰ এপৰ পৰা লুকুৱাই ৰখা হয়" "আইটি প্ৰশাসকে ডিভাইচ নিয়ন্ত্ৰণ আৰু কিছু এপ্ অৱৰোধ কৰিব পাৰে" "কৰ্মস্থানৰ এপ্‌সমূহ আপোনাৰ কৰ্মস্থানৰ প্ৰ’ফাইলত ৰখা হয় আৰু সেয়া আপোনাৰ আইটি প্ৰশাসকে পৰিচালনা কৰে। ব্যক্তিগত এপ্‌সমূহ পৃথক আৰু সেইসমূহ কৰ্মস্থানৰ এপ্‌সমূহৰ পৰা লুকুৱাই ৰখা হয়। আপোনাৰ আইটি প্ৰশাসকে এই %1$sটো নিয়ন্ত্ৰণ কৰিব পাৰে আৰু নিৰ্দিষ্ট কিছুমান এপ্‌ অৱৰোধ কৰিব পাৰে।" "এক ছেকেণ্ড ৰ\'ব…" "গোপনীয়তা সম্পৰ্কীয় ৰিমাইণ্ডাৰ" "আপোনাৰ আইটি প্ৰশাসকে হয়তো এই %1$sটোত আপোনাৰ ডেটা আৰু কাৰ্যকলাপ চাব পাৰিব" "এই %1$sটো %2$sএ যোগান ধৰিছে" "এই %1$sটোৰ বাবে পৰিশোধ কৰক" "আপুনি যাতে এই %3$sটোৰ বাবে পৰিশোধ কৰিব পাৰে, তাৰ বাবে %1$s%2$s এপ্‌টো ইনষ্টল কৰিব পাৰে।" "এই %1$sটো এক্সেছ কৰাটো সীমাবদ্ধ কৰা হ’ব পাৰে" "আপুনি পৰিশোধ নকৰিলে %1$sএ এই %2$sটো এক্সেছ কৰাটো সীমাবদ্ধ কৰিব পাৰে।" "%1$s ছেট আপ কৰিব নোৱাৰি। আপোনাৰ আইটি প্ৰশাসকৰ সৈতে যোগাযোগ কৰক আৰু তেওঁক \"অমান্য চেকছাম\" সম্পৰ্কীয় সমস্যা হোৱা বুলি কওক।" "পাছত পুনৰ চেষ্টা কৰক অথবা আপোনাৰ আইটি প্ৰশাসকক সহায় কৰিবলৈ কওক" "%1$s ছেট আপ কৰিব নোৱাৰি। আপোনাৰ আইটি প্ৰশাসকৰ সৈতে যোগাযোগ কৰক আৰু তেওঁক \"থাকিবলগীয়া উপাদান নাই অথবা ব্যৱহাৰযোগ্য নহয়\" সম্পৰ্কীয় সমস্যা হোৱা বুলি কওক।" "ছেট আপ কৰি থকা হৈছে…"