"ছিষ্টেম ট্ৰে\'চ কৰা কাৰ্য" "ছিষ্টেমৰ কাৰ্যকলাপ ৰেকৰ্ড কৰক আৰু ইয়াৰ প্ৰদৰ্শন আৰু উন্নত কৰিবলৈ পাছত ইয়াৰ বিশ্লেষণ কৰক" "ট্ৰে\'চ ৰেকৰ্ড কৰক" "\"ট্ৰে’চৰ ছেটিঙ\"ত ছেট কৰা কনফিগাৰেশ্বন ব্যৱহাৰ কৰি এটা ছিষ্টেমৰ ট্ৰে’চ কেপচাৰ কৰে" "CPUৰ প্ৰ’ফাইল ৰেকৰ্ড কৰক" "\"cpu\" শিতান পৰীক্ষা কৰি ট্ৰে’চসমূহতো কলষ্টেকৰ নমুনা সংগ্ৰহ সক্ষম কৰিব পাৰি" "হীপ ডাম্প ৰেকৰ্ড কৰক" "\"হীপ ডাম্প প্ৰক্ৰিয়াসমূহ\"ত বাছনি কৰা প্ৰক্ৰিয়াসমূহৰ এটা হিপ ডাম্প কেপচাৰ কৰে" "হীপ ডাম্প সংগ্ৰহ কৰিবলৈ \"হীপ ডাম্পৰ প্ৰক্ৰিয়াসমূহ\"ত অতি কমেও এটা বাছনি কৰক" "নতুন ট্ৰে’চ আৰম্ভ কৰক" "Winscopeৰ ট্ৰে’চ সংগ্ৰহ কৰক" "বিস্তৃত UIৰ টেলিমেট্ৰী ডেটা অন্তৰ্ভুক্ত কৰে (জাংকৰ সৃষ্টি কৰিব পাৰে)" "ডিবাগ কৰিবলগীয়া এপ্লিকেশ্বনসমূহ ট্ৰে\'চ কৰক" "শ্ৰেণী" "ডিফ\'ল্ট শ্ৰেণীবোৰ পুনঃস্থাপন কৰক" "ডিফ\'ল্ট শ্ৰেণীবোৰ পুনঃস্থাপন কৰা হ’ল" "ডিফ’ল্ট" "{count,plural, =1{# টা বাছনি কৰা হৈছে}one{# টা বাছনি কৰা হৈছে}other{# টা বাছনি কৰা হৈছে}}" "হীপ ডাম্পৰ প্ৰক্ৰিয়াসমূহ" "অতি কমেও এটা প্ৰক্ৰিয়া বাছনি কৰিবই লাগিব" "হীপ ডাম্পৰ প্ৰক্ৰিয়াকৰণ মচক" "প্ৰক্ৰিয়াকৰণৰ সূচী মচা হ’ল" "অবিৰত হীপ প্ৰ’ফাইল" "প্ৰতিটো নিৰ্দিষ্ট বিৰতিৰ পাছত এটা হীপ ডাম্প কেচপাৰ কৰক" "হীপ ডাম্পৰ বিৰতি" "৫ ছেকেণ্ড" "১০ ছেকেণ্ড" "৩০ ছেকেণ্ড" "১ মিনিট" "এপ্লিকেশ্বনসমূহ" "ডিবাগ কৰিবলগীয়া কোনো এপ্লিকেশ্বন নাই" "প্ৰতি CPUৰ বাবে বাফাৰৰ আকাৰ" "ট্ৰে’চ কৰাৰ ক্ষিপ্ৰ ছেটিঙৰ টাইল দেখুৱাওক" "CPU প্ৰ’ফাইলিঙৰ ক্ষিপ্ৰ ছেটিঙৰ টাইল দেখুৱাওক" "ট্ৰে\'চ ছেভ কৰি থকা হৈছে" "ট্ৰে\'চ ছেভ কৰা হ’ল" "ষ্টেকৰ নমুনা ছেভ কৰি থকা হৈছে" "ষ্টেকৰ নমুনা ছেভ কৰা হৈছে" "হীপ ডাম্প ছেভ কৰি থকা হৈছে" "হীপ ডাম্প ছেভ কৰা হৈছে" "অপোনাৰ ৰেকৰ্ডিং শ্বেয়াৰ কৰিবলৈ টিপক" "বাগ ৰিপ’ৰ্টৰ সৈতে ট্ৰে’চ সংলগ্ন কৰি থকা হৈছে" "বাগ ৰিপ’ৰ্টৰ সৈতে ট্ৰে’চ সংলগ্ন কৰা হ’ল" "BetterBug খুলিবলৈ টিপক" "ট্ৰে\'চ ৰেকৰ্ড কৰা কাৰ্য বন্ধ কৰক" "CPU প্ৰ’ফাইলিং বন্ধ কৰক" "ট্ৰে\'চৰ কিছুমান শ্ৰেণী অনুপলব্ধ:" "ট্ৰে\'চ ৰেকৰ্ড কৰি থকা হৈছে" "ট্ৰে\'চ কৰা কাৰ্য বন্ধ কৰিবলৈ টিপক" "ষ্টেকৰ নমুনা ৰেকৰ্ড কৰি থকা হৈছে" "ষ্টেকৰ ছেম্পলিং বন্ধ কৰিবলৈ টিপক" "হীপ ডাম্প ৰেকৰ্ড কৰি থকা হৈছে" "হীপ ডাম্প বন্ধ কৰিবলৈ টিপক" "ছেভ কৰা ফাইলসমূহ মচক" "এমাহৰ পাছত ৰেকৰ্ডিংসমূহ মচি পেলোৱা হয়" "ছেভ কৰা ফাইলসমূহ মচিবনে?" "আটাইবোৰ ৰেকৰ্ডিং /ডেটা/স্থানীয়/ট্ৰে’চৰ পৰা মচা হ’ব" "মচক" "ছিষ্টেম ট্ৰেচ" "ছিষ্ট্ৰেচ, ট্ৰেচ, প্ৰদৰ্শন" "ফাইল শ্বেয়াৰ কৰিবনে?" "ছিষ্টেমে ট্রে\'চ কৰা ফাইলত ছিষ্টেম আৰু এপৰ সংবেদনশীল ডেটা (যেনে- এপে ব্যৱহাৰ কৰা ডেটা) থাকিব পাৰে। আপুনি বিশ্বাস কৰা ব্যক্তি আৰু এপৰ সৈতেহে ছিষ্টেম ট্রে\'চ শ্বেয়াৰ কৰক।" "শ্বেয়াৰ কৰক" "পুনৰাই নেদেখুৱাব" "দীঘল ট্ৰে\'চ" "ডিভাইচ ষ্ট’ৰেজত নিয়মীয়াকৈ ছেভ কৰা হৈছে" "ডিভাইচৰ ষ্ট’ৰেজত অবিৰতভাৱে ছেভ কৰা হয় (বাগ ৰিপ’ৰ্টত স্বয়ংক্ৰিয়ভাৱে সংলগ্ন কৰা নহ’ব)" "সকলোতকৈ দীঘল ট্ৰে\'চৰ আকাৰ" "সর্বাধিক দীঘল ট্ৰে\'চৰ সময়" "২০০ এম. বি." "১ জি.বি." "৫ জি. বি." "১০ জি.বি." "২০ জি.বি." "১০ মিনিট" "৩০ মিনিট" "১ ঘণ্টা" "৮ ঘণ্টা" "১২ ঘণ্টা" "২৪ ঘণ্টা" "৪০৯৬ কে.বি." "৮১৯২ কে.বি." "১৬৩৮৪ কে.বি." "৩২৭৬৮ কে.বি." "৬৫৫৩৬ কে.বি." "বাগ ৰিপ’ৰ্টৰ বাবে ৰেকৰ্ড কৰাটো বন্ধ কৰক" "এটা বাগ ৰিপ’ৰ্ট আৰম্ভ কৰিলে সক্ৰিয় ৰেকৰ্ডিংসমূহৰ অন্ত পৰে" "বাগ ৰিপ’ৰ্টত ৰেকৰ্ডিংসমূহ সংলগ্ন কৰক" "যেতিয়া এটা বাগ ৰিপ’ৰ্ট সংগ্ৰহ কৰা হয়, চলি থকা ৰেকৰ্ডিংসমূহ BetterBugলৈ স্বয়ংক্ৰিয়ভাৱে পঠিয়াওক" "ছেভ কৰা ফাইলসমূহ চাওক" "ট্ৰে’চৰ ছেটিং" "ছেভ কৰি থোৱা ফাইল" "সানমিহলি" "হীপ ডাম্প সম্পৰ্কীয় ছেটিং"