"ফট’ আৰু ভিডিঅ’" "মিডিয়া" "%1$s খন %2$sত তোলা হৈছিল" "%1$s%2$sৰ ভিডিঅ’ ৰেকৰ্ড কৰা হৈছে" "ফট’" "GIF" "গতিশীল ফট’" "বাছনি কৰা হৈছে" "বাছনি কৰা হোৱা নাই" "বাছনি কৰক" "বাছনিৰ পৰা আঁতৰাওক" "হ’ল" "বাছনিৰ পৰা আটাইবোৰ আঁতৰাওক" "%1$s খন ফট’ বা ভিডিঅ’ বাছনি কৰা হৈছে" "%1$s টা পৰ্যন্ত বস্তু বাছনি কৰক" "ফট’" "এলবাম" "এতিয়ালৈকে কোনো ফট’ নাই" "ফট’ তুলিবলৈ আৰু ভিডিঅ’ ৰেকৰ্ড কৰিবলৈ আৰম্ভ কৰক" "আপোনাৰ কেমেৰা এপে তোলা ফট’ আৰু ভিডিঅ’ ইয়াত দেখা পোৱা যাব" "এতিয়ালৈকে কোনো প্ৰিয় নাই" "প্ৰিয় হিচাপে চিহ্নিত কৰা বা তৰাচিহ্ন যোগ দিয়া ফট’ আৰু ভিডিঅ’সমূহ ইয়াত প্ৰদৰ্শিত হ’ব" "এতিয়ালৈকে কোনো ভিডিঅ’ নাই" "আপোনাৰ কেমেৰা এপে তোলা, ছেভ কৰা বা শ্বেয়াৰ কৰা ভিডিঅ’সমূহ ইয়াত প্ৰদৰ্শিত হ’ব" "উভতি যাওক" "অগ্ৰাহ্য কৰক"