"ৱেবকেম সেৱা"
"ভিউ ফাইণ্ডাৰ"
"জুমৰ অনুপাত"
"বৰ্তমানৰ জুমৰ অনুপাত"
"জুম ছীক বাৰ"
"পিছফালৰ কেমেৰালৈ সলনি কৰক"
"সন্মুখৰ কেমেৰালৈ সলনি কৰক"
"উচ্চ গুণগত মান অফ কৰক"
"উচ্চ গুণগত মান অন কৰক"
"উচ্চ গুণগত মানৰ ম’ড"
"উচ্চ গুণগত মানৰ ম’ডে ৱেবকেমৰ মান উন্নত কৰিবলৈ পাৱাৰ অপ্টিমাইজেশ্বন অক্ষম কৰে। এই ম’ড ব্যৱহাৰ কৰাৰ ফলত উল্লেখযোগ্যভাৱে পাৱাৰ আহৰণ কৰা হ’ব পাৰে যি ডিভাইচটো গৰম কৰি তুলিব পাৰে।"
"সকীয়নি:"" উচ্চ তাপমানত দীঘলীয়া সময় ধৰি একেৰাহে ব্যৱহাৰ কৰিলে এই ডিভাইচটোৰ দীৰ্ঘম্যাদী বেটাৰীৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে।"
"পুনৰাই নেদেখুৱাব"
"স্বীকাৰ কৰক"
"পিছফালৰ কেমেৰা"
"সন্মুখৰ কেমেৰা"
"মানক কেমেৰা"
"ৱাইড এংগল কেমেৰা"
"আল্ট্ৰা ৱাইড কেমেৰা"
"টেলিফট’ কেমেৰা"
"অন্য কেমেৰা"
"অজ্ঞাত কেমেৰা"
"উপলব্ধ কেমেৰাৰ বিকল্পসমূহ"